কাছাৰৰ লক্ষীপুৰত পেট্ৰল পাম্পৰ দুই কৰ্মীক অপহৰণ অস্ত্ৰধাৰী দলৰ
নিয়মীয়া বাৰ্তা, ২৭ মে' : যোৱানিশা কাছাৰৰ লক্ষীপুৰত পেট্ৰল পাম্পৰ দুই কৰ্মীক অপহৰণ কৰে অস্ত্ৰধাৰী দলে৷ বিন্নাকান্দি পেট্ৰল পাম্পৰ পৰা অপহৰণ কৰে দুই কৰ্মীক ৷ অৱশ্যে পুৱতি নিশা সোণাবাড়ী ঘাট বাইপাছৰ দাঁতিৰ পৰা উদ্ধাৰ কৰা হয় দুই কৰ্মীক ৷ অস্ত্ৰধাৰী দলে দুয়োকে ব্যাপক মাৰপিট কৰে ৷ ঘটনাৰ লৈ ৰহস্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।…
Read More...