লুৰিণ-অখিল-প্ৰদ্যুতৰ ধমকিক আমি কেতিয়াও কেয়াৰ নকৰোঁ : মন্ত্ৰী পীযুষ
🎯ছেমিকণ্ডাক্টৰ নীতিৰ অধীনত জাগীৰোডত হ'ব বৃহৎ উদ্যোগ
🎯'৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হ'ব এই বৃহৎ উদ্যোগ'
🎯'জাগীৰোডৰ প্ৰায় ৩০ হাজাৰ ল'ৰা-ছোৱালীয়ে লাভ কৰিব সংস্থাপন'
🎯'জাগীৰোডৰ মানুহে বনোৱা ছিপছেৰে আমেৰিকা, ইউৰোপত ইলেক্ট্ৰিক গাড়ী চলিব'
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ এপ্ৰিলঃ আজিৰ পৰা ৮ বছৰ পূৰ্বে জাগীৰোড সমষ্টিৰ মই নিৰ্বাচিত হৈছিলো।…
Read More...