অসমত এখন আসনৰ কাৰণেও মহাসংকটত কংগ্ৰেছ : মন্ত্ৰী পীযুষ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ অসমত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিছে। মাত্ৰ এখন আসনৰ কাৰণেও মহাসংকটত পৰিছে কংগ্ৰেছ।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ১৪ৰ ভিতৰত ১৩খন আসনেই আমি জিকিম, এয়া আমাৰ গেৰাণ্টি। মোৰ বোধেৰে অসমত কংগ্ৰেছৰ অস্তিত্ব একেবাৰে নাইকিয়া হৈ পৰিছে, যাৰ বাবে…
Read More...