দুলীয়াজানৰ ৰাজপথত দাউদাউকৈ জ্বলিল চলন্ত বিলাসী বাহন
🔹 কথমপি ৰক্ষা বাহনৰ গৰাকী
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : শনিবাৰে নিশাৰ ভাগত দুলীয়াজানৰ ৰাজপথত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । চলন্ত অৱস্থাতে দাউদাউকৈ জ্বলি উঠিল এখন বিলাসী গাড়ী। দুলীয়াজান অইল আৱাসিক অঞ্চলত অৱস্থিত অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত জ্বলি উঠে AS-03 AE-7002 নম্বৰৰ টাটা নেক্সন গাড়ী এখন। লগে লগে বাহনখনৰ গৰাকীয়ে গাড়ীৰ পৰা নামি অইলৰ…
Read More...