১৯-২১ এপ্রিলৰ ভিতৰত মেট্রিকৰ ফলাফল
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ এপ্ৰিলঃ অহা ১৯-২১ এপ্রিলৰ ভিতৰত প্রকাশ পাব এই বছৰৰ মেট্রিক পৰীক্ষাৰ ফলাফল৷ এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সৰুপথাৰৰ নির্বাচনী সমাৱেশৰ ভাষণৰ মাজতেই মুখ্যমন্ত্রী ড০ শর্মাই এই কথা উল্লেখ কৰি কয় যে অহা ১৯, ২০ বা ২১ এপ্রিলত এইবাৰৰ মেট্রিক পৰীক্ষাৰ ফলাফল প্রকাশ পাব৷ এইবাৰ মেট্রিকত উত্তীর্ণ ছাত্রীসকলৰ…
Read More...