জুবিন হত্যা গোচৰৰ বাবে গঠন হ’ব ফাষ্ট ট্রেক আদালত
ডিজিটেল ডেস্ক, ২৭ ফেব্রুৱাৰী : জুবিন হত্যা গোচৰৰ বাবে গঠন হ'ব ফাষ্ট ট্ৰেক আদালত। কালি ৰাজ্যিক কেবিনেটে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কালি কেবিনেটে প্রাণৰ শিল্পী জুবিন গার্গৰ হত্যাৰ গোচৰ বিচাৰৰ বাবে ফাষ্ট ট্রেক আদালত গঠন সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷
এই প্রসংগত মুখ্যমন্ত্রী ড০…
Read More...