নগাঁৱত পুথিভঁৰাল সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
সমগ্ৰ দেশৰ লগতে নগাঁৱতো সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত সন্থাৰ দ্বাৰা পৰিচালিত নেতাজী বিদ্যাপীঠৰ সহযোগত বিদ্যাপীঠ প্রাংগণত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-২০২৬ উদযাপন কৰা হয়। দিৱস উপলক্ষে পুৱা সন্থাৰ আৱাসী আৰু কৰ্মচাৰীসকলৰ দ্বাৰা চাফাই অভিযান, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱা ১০.৩০ বজাত ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী দুবাৰকৈ নবেল বঁটাপ্রাপক চি ভি…
Read More...