…গুৱাহাটী হৈ পৰিব কবৰস্থান- বদৰুদ্দিন আজমল
বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নেতাই বিভিন্ন বিতৰ্কিত মন্তব্যৰে নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে। নিজৰ স্থিতি মজবুত কৰিবলৈ ইটো দলে সিটো দললৈ বোকা ছটিওৱা আৰম্ভ কৰাৰ লগতে বিভিন্ন মন্তব্যৰে আক্ৰমণ কৰি আহিছে। এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলেও বিভিন্ন বিতৰ্কিত মন্তব্য সময়ে সময়ে কৰি আহিছে। সম্প্ৰতি আন…
Read More...