শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক কেন্দ্ৰীয় অধিৱেশনলৈ মাজত এসপ্তাহ…
বিশেষ বাৰ্তা, ২৮ জানুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত এসপ্তাহ বাকী। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি অন্তিম পৰ্যায়ত।
অধিৱেশনৰ তিনিওটা দিনত লাখ লাখ ভকতক আপ্যায়ন কৰিবৰ বাবে কন্যকা কৃষিপামৰ ফালৰ পৰা ৩৫ হাজাৰ কেজি শাক-পাচলিৰ…
Read More...