চামগুৰিৰ সোণাৰিবালিত ৫২টা চোৰাং গৰুসহ বাহন জব্দ
নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি পুৱা পুনৰ চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ৫২টাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী থানাখনৰ অন্তৰ্গত সোণাৰিবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনসহ চোৰাং গৰুকেইটা জব্দ কৰে।
প্ৰাপ্ত খবৰ মতে, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক অৰূপ পাঠকৰ নেতৃত্বত এটা আৰক্ষী দলে আজি পুৱা…
Read More...