নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

বান্দৰদেৱাত নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী

লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাৰ সীমান্তৱৰ্তী পথালিপাহাৰৰ টোলগেটত বান্দৰদেৱা আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত টেবলেটসহ দুই সৰবৰাহকাৰীক আটক কৰে ৷ এক গোপন সূত্ৰৰ পম খেদি বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আগ বাহাদুৰ থাপা আৰু আৰক্ষীৰ সহ: উপ-পৰিদৰ্শক দুলুমণি শইকীয়াৰ নেতৃত্বত আজি দিনৰ প্ৰায় ১১ বজাত  অভিযান চলাই  ২.২২৩ গ্ৰাম…
Read More...

কৰ্মস্থলীলৈ গৈ থাকোঁতে চলন্ত বাছতেই মৃত্যুক সাবটিলে জ্যেষ্ঠ চিকিৎসকে

'চৰণেহে জানে মৰণৰ ঠাই" বুলি কোৱা বাক্যষাৰি সত্য প্ৰমাণিত কৰি আজি চলন্ত বাছতে প্ৰাণ হেৰুৱালে এগৰাকী জ্যেষ্ঠ চিকিৎসকে…

নগৰবেৰাৰ নিছিলামাৰীত হিন্দু সন্মিলনৰ আয়োজন, পূৰ্ণাংগ সমিতি গঠন

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি অনুষ্ঠিত হৈ আহিছে হিন্দু সন্মিলন | কামৰূপৰ নগৰবেৰাৰ…

লখিমপুৰৰ কয়লামাৰীত বন্যহস্তীৰ তাণ্ডৱ, ভাঙিলে পাঁ‌চটাকৈ বাসগৃহ

লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লামাৰী পঞ্চায়তৰ অন্তৰ্গত কয়লামাৰী চাহ বাগিচাৰ কয়লাপথাৰ আৰু ১/২নং বালিজান…

ছয়দিনীয়াকৈ অনুষ্ঠিত সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সফল সামৰণি

নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ বাকৰি নেহৰুবালিত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ১৩ জানুৱাৰীৰ…

ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰিম : মুখ্যমন্ত্ৰী ড০ শৰ্মা

অসমৰ প্ৰকৃতিপ্ৰেমী ৰাইজলৈ আন্তৰিক প্ৰণাম-সম্বোধনেৰে আজি কলিয়াবৰৰ নিজ চিলাবন্ধাস্থিত মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী…

মেধিপাৰা শগুণবাহীত ১২৫ বছৰীয়া কালীপূজাত জনসমুদ্ৰ

এশ পঁচিশ বছৰ গৰকা এখন কালীপূজা। পূজা উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিল পূজাথলী |নগৰবেৰাৰ মেধিপাৰা শগুণবাহীৰ ৰাইজে মিলি…

কাজিৰঙা এলিভেটেড কৰিড’ৰৰ শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দুদিনীয়া অসম ভ্ৰমণৰ দ্বিতীয় দিনটোত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰায় ৬,৯৫০ কোটি…

বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিতৰ স্বীকৃতি লাভ গোৱালপাৰা…

গোৱালপাৰা মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্তশাসিতৰ স্বীকৃতি প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে…