নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

নগাঁৱৰ ঔঅনাৰ জলাশয়ত সহস্ৰাধিক ৰাজহংসৰ মুক্ত বিচৰণ

এতিয়া শীতকালৰ ফৰকাল বতৰ। এই সময়তেই জলাশয়-বিল আদিলৈ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। থলুৱা বিভিন্ন প্ৰজাতিৰ পক্ষীকুলৰ জলকেলিয়ে নয়নাভিৰাম পৰিবেশৰ সৃষ্টি কৰিছে। এইকেইদিন শীতৰ প্ৰকোপ বৃদ্ধি হৈছে যদিও ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ বিভিন্ন জলাশয়, বিল, পথাৰ, নৈ আদিত দেশী-বিদেশী, থলুৱা প্ৰজাতিৰ পক্ষীকুলে ভিৰ কৰা পৰিলক্ষিত হৈছে। নগাঁও জিলাৰ…
Read More...

পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন

পিএম শ্ৰী আদৰ্শ বিদ্যালয় মৈৰাবাৰীত ভোগালী মেলাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ লুৎফুৰ ৰহমানে পোন প্ৰথমবাৰৰ…

আমগুৰিত ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ অসমীয়া যুৱ মঞ্চৰ

ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰে শিৱসাগৰক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আজি আমগুৰিত অসমীয়া যুৱ মঞ্চই উত্তাল…

গৰৈমাৰীত বালিভৰ্তি ডাম্পাৰ চলাচল বন্ধৰ দাবী, জিলা আয়ুক্তক স্মাৰক-পত্ৰ

ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ বালি খনন কাৰ্যৰ লগতে ডাম্পাৰৰ চলাচল বন্ধৰ দাবীত আজি প্ৰেছ…

নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি অহা নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত  পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী বাঘ।…

প্ৰাক ভোগালী বিহু উদযাপন পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ত

আঘোণৰ সোণগুটি ভঁৰালত ভৰাই অতি আনন্দেৰে অসমীয়াই মন ভৰাই উদযাপন কৰে মাঘৰ বিহু। কিন্তু এই মাঘ যেন কিছু ব্যতিক্ৰম।…

ধুবুৰীৰ সত্ৰশালত ছাত্ৰ সন্থাৰ উৰুকা-মাঘ বিহুৰ বিশেষ আয়োজন

ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ সত্ৰশালত বিস্তৃত কাৰ্যসূচীৰে…

ঢকুৱাখনাৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পুৰিছে চুঙা চাউল, চুঙা পিঠা…

ৰাজ্যজুৰি চলিছে ভোগালী বিহু আয়োজনৰ প্ৰস্তুতি। কাইলৈ ভোগালী বিহুৰ উৰুকা। ভোগালী বিহুৰ প্ৰাকক্ষণত ঢকুৱাখনাৰ এখন…