ভোগালীৰ প্ৰাকমুহূৰ্তত দুখীয়া পৰিয়ালৰ মাজত খাদ্য-গৰম বস্ত্ৰ বিতৰণ লাইফ ৱে’ৰ
নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰোৱাৰ 'লাইফ ৱে' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে ভোগালীৰ প্ৰাকমুহূৰ্তত অঞ্চলটোৰ বহুকেইটা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, গৰম বস্ত্ৰৰ লগতে পাকঘৰত ব্যৱহৃত সঁজুলি প্ৰদান কৰে।
কোকৰাঝাৰস্থিত অসম আৰক্ষীৰ ৭নং বেটেলিয়নৰ কমাণ্ডেণ্ট সুপ্ৰিয়া দাসৰ সহযোগত আৰু লাইফ ৱে' সংস্থাৰ সম্পাদক ৰিংকু বৰুৱাৰ নেতৃত্বত বিহুৰ…
Read More...