শ্রীশ্রী বাৰগোপাল থানত ভোগালী বিহু সভা মহোৎসৱৰ ৰূপালী জয়ন্তী
অসমীয়া সমাজৰ পৰম্পৰা, সমন্বয়, একতাৰ প্রতীক হিচাপে চিহ্নিত হৈ আহিছে সভা মহোৎসৱ। সভা মহোৎসৱে মানুহৰ মাজত সমন্বয়ৰ ভেটি মজবুত কৰি আহিছে।- এনেদৰে মন্তব্য কৰে বিশিষ্ট সমাজকৰ্মী, অভিনেতা তথা অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিলীপ কুমাৰ দাসে।
নলবাৰী জিলাৰ ঘগ্রাপাৰ-পৈছাৰাৰ শ্রীশ্রী বাৰগোপাল থানত ভোগালী বিহু সভা মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি দিনৰ ভাগত…
Read More...