গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিবিএ–বিচিএ পাঠ্যক্রমৰ ফলাফল ৩০ ছেপ্টেম্বৰত
বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চলিত বর্ষৰ এপ্রিল মাহত অনুষ্ঠিত বি বি এ আৰু বি চি এ পাঠ্যক্রমৰ প্রথম, তৃতীয় আৰু পঞ্চম ষাণ্মাসিক পৰীক্ষাৰ ফলাফল অহা ৩০ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব৷ এই কথা জাননীযোগে প্রকাশ কৰিছে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে৷ আনহাতে, বিগত তিনি সপ্তাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক ষাণ্মাসিকৰ পাঠ্যক্রমত…
Read More...