গতিশীল পৰমাণু
অংশুমান হাজৰিকা
আৰম্ভণিঃ প্রথমেই কওঁ আপুনি যদি এজন পদার্থবিদ হ’ব বিচাৰে, তেন্তে আমাৰ পঢ়িব লগা বহুখিনি আছে– প্রায় দুশ বছৰৰ অতি ক্ষিপ্রতাৰে বাঢ়ি অহা জ্ঞানৰ ভাণ্ডাৰসমূহ সাধাৰণ কথা নহয়৷ ইমানখিনি জ্ঞান ইমান সহজে আয়ত্ত কৰিব নোৱাৰোঁ বুলি ভবাটো সম্পূর্ণৰূপে সমীচীন৷ কিন্তু আচৰিত ধৰণে ইমানখিনি জ্ঞানৰ বহুখিনিক আমি সৰু কৰি পেলাব পাৰোঁ ‘নিয়ম’সমূহৰ যোগেদি৷ হয়,…
Read More...