নিয়মীয়া বার্তাৰে এক্সক্লুচিভ সাক্ষাৎকাৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ
👉‘অৱ কী বাৰ ৪০০ পাৰ’ শ্লোগান তথা নৰেন্দ্র মোদীক তৃতীয়বাৰলৈ দেশৰ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত কৰাৰ লক্ষ্যৰে বিজেপিৰ নেতৃত্বত এনডিয়েই এইবাৰৰ লোকসভা নির্বাচনত অৱতীর্ণ হৈছে৷ আপোনাৰ দৃষ্টিত বাস্তৱত কিমানখন আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি ভাবে? তদুপৰি ইতিমধ্যে দুটা পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হৈ গৈছে৷ কিন্তু আশা কৰাতকৈ ভোটদানৰ হাৰ যথেষ্ট কম৷ এই বিষয়টো আপুনি…
Read More...