ডিক’ডিং জীৱন : তর্জনী আঙুলি
পার্থসাৰথি মহন্ত
তর্জনী আঙুলি৷ টোঁৱাবলৈ খুব সহজ৷ বহুতেই কয়– ‘নোটোঁৱাবা’৷ বাকীকেইটা আঙুলি নিজৰ ফালে টোঁ খাই থাকে৷ টোঁওৱাজনে ভাবে– বুঢ়া আঙুলিটোৰে বাকী তিনিটা ঢাকি থৈছে৷ আনে দেখা নাই৷ আঁঠু জোকাৰ খোৱাৰ আগতেই উঠি যায় তর্জনী আঙুলি৷
আমি প্রশ্ন কৰোঁ, দোষ দিওঁ, সমালোচনা কৰোঁ৷ আনক৷ নিজক নহয়৷ কেৱল সহজ কাৰণে আমি আনক সমালোচনা কৰোঁনে নে আমাৰ সচেতন–ৱচেতন মনত…
Read More...