ভাৰতৰ নোটৰ বিষয়ে সকলোৱে জানে, কিন্তু পাকিস্তানৰ নোটত কি লিখা আছে জানেনে?
ভাৰতীয় মুদ্ৰাৰ নোটৰ বিষয়ে আপুনি হয়টো কম বেছি পৰিমানে জানে, কিন্তু আজি আমি আপোনালোকক ক'ম পাকিস্তানৰ নোট কেনেকুৱা আৰু সেই নোটত কি লিখা আছে। যাৰ পিছত আপুনি বুজিব পাৰিব যে ভাৰত আৰু পাকিস্তানৰ নোট কিমান বেলেগ?
পাকিস্তানৰ নোটবোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তাত মহম্মদ আলী জিন্নাৰ ছবি আছে। স্বাধীনতাৰ পিছত কিছুদিনলৈকে ইয়াত নোট ছপা কৰাৰ কোনো ব্যৱস্থা…
Read More...