ভূপেন হাজৰিকাৰ নিয়ম ভঙাৰ হেঁপাহ
🔹 ড০ কৰবী ডেকা হাজৰিকা
নিয়ম ভাঙিব পাৰে সেইজনেহে, যাৰ আছে সাহস, বিশ্বাস, শুভশক্তিৰ ওপৰত আস্থা আৰু সমাজৰ বাবে মংগল কামনা৷ তেনে ব্যক্তি আছিল শংকৰদেৱ৷ শংকৰদেৱে সৰু মানুহৰ মহৎ জীৱনৰ বাবে শূদ্র হৈও ভাগৱত ভাঙনি কৰাৰ দৰে ‘অনিয়ম’ কৰিছিল, প্রচলিত ধর্মীয় আৰু সাম্প্রদায়িক ভেদাভেদ নাশ কৰি সকলোৰে বাবে সম-অধিকাৰ পোষণ কৰিছিল৷ অথচ সকলো আছিল আনন্দ আৰু কলাসুলভতাৰে…
Read More...