নাগপুৰৰ ঘূর্ণি পিটছক লৈ উদ্বিগ্ন ভাৰত : কাইলৈৰ পৰা অষ্ট্রেলিয়াৰে প্রথম টেষ্ট
বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ প্রথম টেষ্টত অষ্ট্রেলিয়াক ঘূর্ণি উইকেটেৰে স্বাগতম জনাব ভাৰতে৷ নাগপুৰত তৈয়াৰ কৰা উইকেট সম্পূর্ণৰূপে স্পীন সহায়ক৷ প্রথম দিনাৰ পৰাই বল ঘূৰাৰ সম্ভাৱনা আছে৷ এনে উইকেট দেখি কিছুপৰিমাণে উদ্বিগ্ন ভাৰতীয় শিবিৰ৷ সাংবাদিকৰ মুখামুখিত এইদেৰ কয় ভাৰতীয় দলৰ সহঃ অধিনায়ক কে এল ৰাহুলে৷ তেওঁ মানি লৈছে যে নাগপুৰৰ পিটছত তিনিগৰাকী স্পীনাৰক…
Read More...