আমিনগাঁৱত পৃত্থিৰ ৰেকৰ্ডেৰে মুম্বাইৰ ৰানৰ পাহাৰ : প্ৰত্যয়জনক আৰম্ভণি অসমৰ
বিশেষ বাৰ্তা, ১১ জানুৱাৰীঃ মুম্বাইৰ বিপক্ষে খেলি থকা ৰঞ্জি ট্রফীৰ এলিট গ্রুপ বিৰ মেচখনত প্রত্যয়জনক আৰম্ভণি কৰিছে ঘৰুৱা দল অসমে৷ গুৱাহাটীৰ আমিনগাঁও ক্রিকেট গ্রাউণ্ডত চলি থকা মেচখনত মুম্বায়ে চাৰি উইকেটত ৬৮৭ ৰান কৰি প্রথম ইনিংছ ঘোষণা কৰাৰ প্রত্যুত্তৰত অসমে আজি প্রথম ইনিংছ মুকলি কৰিবলৈ আহি দ্বিতীয় দিনৰ খেলৰ অন্তলৈকে এটা উইকেট হেৰুৱাই ১২৯ ৰান সংগ্রহ…
Read More...