নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

ক্রীড়া-জগত

ক্রিকেটক বিদায় ঝুলন গোস্বামীৰ

নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অংশগ্রহণ কৰাৰ পিছতে ক্রিকেটক বিদায় জনালে ঝুলন গোস্বামীয়ে৷ আজি আনুষ্ঠানিকভাৱে নিজৰ অৱসৰৰ কথা ঘোষণা কৰে তেওঁ৷ সামাজিক মাধ্যমত দিয়া এটি প’ষ্টৰ সহায়ত ঝুলনে আন্তর্জাতিক ক্রিকেটৰ পৰা নিজৰ অৱসৰৰ কথা ঘোষণা কৰে৷ ইংলেণ্ডৰ বিৰুদ্ধে খেলা তৃতীয়খন এদিনীয়া মেচেই যে তেওঁৰ অন্তিম মেচ, সেই কথা…
Read More...

দিলীপ তির্কী ভাৰতীয় হকীৰ নতুন সভাপতি

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: প্রাক্তন অলিম্পিয়ান তথা এছিয়ান গেমছৰ পদক জয়ী দিলীপ তির্কীক ভাৰতীয় হকীৰ নতুন সভাপতি…

ৰাষ্ট্রীয় ক্রীড়াৰ অসম দলৰ জার্ছী–কিট মুকলি

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: ‘ৰাজ্যখনৰ বিভিন্ন প্রান্তত থকা ক্রীড়া প্রতিভাসমূহ পোহৰলৈ অনাৰ লগতে উজ্জীৱিত কৰাৰ…

অষ্ট্রেলিয়াৰে আজি দ্বিতীয় টি–২০: প্রত্যাৱর্তন ঘটিব বুমৰাহৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজৰ তিনিখনীয়া টি–২০ শৃংখলাৰ দ্বিতীয়খন মেচ…

ভাৰতীয় খেল ফাউণ্ডেচনৰ সপ্তম ৰাষ্ট্ৰীয় গেমছঃ সোণৰ পদকেৰে ডিব্ৰুগড়লৈ গৌৰৱ…

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈকে মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা সংযুক্ত ভাৰতীয়…

দেশজুৰি চাঞ্চল্য: শৌচাগাৰত কাবাডী খেলুৱৈক খাদ্য

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: শৌচাগাৰৰ ভিতৰত কাবাডী খেলুৱৈয়ে আহাৰ গ্রহণ কৰা দৃশ্যই ক্রীড়া জগতত চাঞ্চল্যৰ সৃষ্টি…

ইউৰোপৰ নর্থ চেনেল সাঁতুৰি ইতিহাস ৰচিলে অসম সন্তান এলভিছ আলী হাজৰিকাই

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: ইউৰোপৰ নর্থ চেনেল সাঁতুৰি ইতিহাস ৰচিলে ভাৰতৰ দীর্ঘ দূৰত্বৰ সন্তৰণবিদ অসম সন্তান…

বিশ্বকাপৰ পূর্বে সলনি হ’ব ক্রিকেটৰ নিয়ম

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: আজি আই চি চিৰ মুখ্য কার্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা…

মৰিয়নি ক্ৰীড়া সন্থাৰ পাঁ‌চ এথলীটৰ অসম আৰক্ষীত নিযুক্তি লাভঃ আৱেগিক পৰিৱেশত বিদায়…

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষনা কৰা অসম আৰক্ষীৰ বিভিন্ন পদত মৰিয়নিৰ বহুকেইজন যুৱক যুৱতীয়ে…

বিশ্ব মল্লযুঁজত ৪টাকৈ পদক: প্রথম ভাৰতীয়ৰ কৃতিত্ব বজৰং পুনিয়াৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: বিশ্ব মল্লযুঁজ প্রতিযোগিতাত চাৰিটাকৈ পদক অর্জন কৰি ভাৰতৰ প্রথমগৰাকী মল্লযুঁজাৰু…