World Heart Day: বিশ্বজুৰি হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হোৱাৰ ক্ষেত্ৰত ভাৰত আছে দ্বিতীয় স্থানত
ভাৰত আৰু চীনত হাৰ্টফেইলৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰত আৰু চীনৰ দৰে দেশত বায়ু প্ৰদূষণ কাৰ্ডিওভাস্কুলাৰ ৰোগ আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগৰ দৰে ৰোগৰ এক মুখ্য কাৰণ। বিশ্বজুৰি হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হোৱাৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে। শেহতীয়াকৈ কেৱল ভাৰত আৰু চীনৰ পৰায়ে বিশ্বৰ ৪৬.৫ শতাংশ নতুন হৃদযন্ত্ৰ বিকল হোৱা ঘটনাৰ প্ৰতিবেদন পোহৰলৈ আহিছে।
এই…
Read More...