কিয় এবাৰ ব্যৱহৃত তেল পুনৰ ব্যৱহাৰ কৰিব নালাগে ?
আমি প্ৰায়ে এবাৰ ব্যৱহাৰ কৰা তেল পুনৰ ব্যৱহাৰ কৰো। কিন্তু এনে কৰা অনুচিত। কিয়নো ভজা তেল বাৰে বাৰে ব্যৱহাৰ কৰিলে গুৰুতৰ ৰোগ হ'ব পাৰে।
গৱেষণাত প্ৰমাণিত হৈছে যে বাৰে বাৰে ব্যৱহৃত ৰন্ধন তেল খোৱাটোৱে শৰীৰত ফ্ৰী ৰেডিকেল বৃদ্ধি কৰে। যি ৰোগৰ আশংকা বৃদ্ধি কৰে। FSSAI (ফুড ছেফটি এন্ড ষ্ট্যান্ডার্ডছ অথৰিটি অফ ইন্ডিয়া)ৰ নিৰ্দেশনা অনুসৰি, ভজা তেল পুনৰ ব্যৱহাৰ…
Read More...