প্রাণায়াম সুখী আৰু নিৰোগী জীৱনৰ বাবে
নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ প্রাণ+ আয়াম= প্রাণায়াম অর্থাৎ ব্রহ্মাণ্ডত বিয়পি থকা প্রাণশক্তিক গ্রহণ কৰি শৰীৰ আৰু মনক বিশুদ্ধ কৰাৰ পদ্ধতিটোৱেই হ’ল প্রাণায়াম৷ প্রাণায়ামৰ নিয়মিত অভ্যাসৰ দ্বাৰা ৰক্ত শুদ্ধ হয় শৰীৰে প্রচুৰ পৰিমাণে অক্সিজেন গ্রহণ কৰিবলৈ সক্ষম হয়৷ শৰীৰত প্রৱাহিত বিশুদ্ধ ৰক্তই প্রতিটো কোষলৈকে অক্সিজেন আৰু পুষ্টিদ্রব্যসমূহ কঢ়িয়াই লৈ যায়৷…
Read More...