ক’ভিড–১৯ কি ধৰণে অন্ত পৰিব?
গোটেই পৃথিৱীতে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ক’ৰোনাৰ প্রাদুর্ভাৱে৷ সকলোৰে মনত এটাই কথা যে কি ধৰণে অন্ত পৰিব এই প্রাদুর্ভাৱৰ৷ আচলতে এজন সাধাৰণ মানুহে বিচাৰে কি? প্রাদুর্ভাৱৰ অন্তৰ কথা কৈ আমি আচলতে কি বুজাব বিচাৰোঁ কোনোবাদিনা ক’ৰোনাৰ প্রাদুর্ভাৱ সঁচাকৈ অন্ত পৰিবনে? গোটেই পৃথিৱীৰ লগতে আজি প্রতিজন অসমবাসীয়ে ক’ৰোনাৰ প্রাদুর্ভাৱৰ অন্তৰ সন্ধানত ঈশ্বৰক…
Read More...