বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিলে তিনি কংগ্ৰেছ বিধায়কে
ডিজিটেল ডেস্ক, ৫ মাৰ্চ : আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আকৌ এক মোক্ষম আঘাত। আজি (৫ মাৰ্চ) পুৱা গুৱাহাটীৰ বাজপেয়ী ভৱনত তিনিজন বৰ্তমানৰ কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰে। বশিষ্ঠ চাৰিআলিস্থিত বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰে এই তিনি কংগ্ৰেছ বিধায়কে।
উল্লেখ্য যে এই তিনিগৰাকী কংগ্ৰেছ বিধায়ক হৈছে কমলাক্ষ দে…
Read More...