ইৰান-আমেৰিকা সংঘাতত উত্তপ্ত মধ্যপ্ৰাচ্য
মধ্যপ্ৰাচ্যত বিগত ২৪ ঘণ্টাত পৰিস্থিতি অধিক অৱনতি ঘটিছে। আমেৰিকা আৰু ইজৰাইলৰ ফালৰ পৰা ইৰানৰ ওপৰত কেইবাটাও ডাঙৰ আক্ৰমণ চলোৱা হৈছে। আমেৰিকাই ১,৭০০ৰো অধিক ঠাইক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ কথা জানিবলৈ দিছে। United States Central Command-এ জনাইছে যে উপসাগৰৰ গুৰুত্বপূৰ্ণ সামুদ্ৰিক অঞ্চলসমূহত ইৰানৰ ১৭খন জাহাজ ধ্বংস কৰা হৈছে, ইয়াত এখন ছাবমেৰিনো অন্তৰ্ভুক্ত। এই…
Read More...