নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

TRENDING

নগাঁৱৰ যাতায়াত ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তন : আৰম্ভ চিটীবাছ সেৱা

শিক্ষাৰ্থী, কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ দৈনিক যাত্ৰাত এক যোগাত্মক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে এক বিশেষ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল, দ্ৰুত আৰু জনসাধাৰণৰ বাবে সুবিধাজনক কৰি তুলিবলৈ নতুনকৈ চিটি বাছ সেৱা জিলাখনত মুকলি কৰা হৈছে। আজি শুভ উদ্বোধনী অনুষ্ঠানত ঐতিহ্যমণ্ডিত নেহৰুবালিৰ…
Read More...

বিৰোধী মিত্রজোঁটৰ মিত্রতাক কটাক্ষ মুখ্যমন্ত্রীৰ

বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে কংগ্রেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহৰ আসন বুজাবুজিৰ প্রক্রিয়া চলি থকাৰ সময়তে…

জুবিন গার্গৰ হত্যা গোচৰৰ ফাষ্টট্রেক আদালত গঠনক লৈ মুখ্যমন্ত্রীৰ প্রতিক্রিয়া

জুবিন গার্গৰ হত্যা গোচৰৰ তদন্ত প্রক্রিয়া ক্ষিপ্র কৰাৰ বাবে উঠি থকা ফাষ্টট্রেক আদালতৰ দাবীক লৈ প্রতিক্রিয়া প্রকাশ…

মন্দিয়াত অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ, পিতৃ-মাতৃৰ হিয়াভঙা অনুৰোধ- আমাৰ…

বৰপেটাৰ মন্দিয়া আদৰ্শ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ শ্বেখ ৰাহুল আমিন মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। উল্লেখ্য যে…

UPPL নে আন দলত কৰিব যোগদান : শীঘ্ৰে ৰাজনীতিলৈ এবছুৰ সভাপতি দ্বীপেন বড়ো

শীঘ্ৰে সক্ৰিয় ৰাজনীতিত ভৰি দিব নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই। এবছুৰ মজিয়াৰ পৰা অৱসৰ গ্ৰহণ…

AI-ৰ ছুনামি : বিশ্বত কর্মসংস্থাপনহীন হ’ব ৪০ শতাংশ যুৱপ্ৰজন্ম

তথ্য–প্রযুক্তিৰ উত্তৰণে মানৱ জাতিৰ জীৱনযাত্রা সহজসাধ্য কৰি তুলিছে যদিও ইয়াৰ সমান্তৰালভাৱে নিবনুৱাৰ সংস্থাপনক লৈ…

গুৱাহাটী মহানগৰীত বায়ুৰ মান সূচকাংক ২৯৪লৈ বৃদ্ধি

ভয়ংকৰ বায়ু প্রদূষণৰ কবলত পৰিছে গুৱাহাটী মহানগৰী৷ শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন স্থানত চলি থকা নির্মাণ, পুনঃনির্মাণ…

চৰকাৰী কৰ্মচাৰীয়ে ২৭ ফেব্ৰুৱাৰীতেই পাব মাৰ্চৰ দৰমহা

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ সুখবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত কৰা এক পোষ্ট অনুসৰি…