বিশেষ লেখা : বংগত এক নতুন সূৰ্যোদয়
ৰাজনাথ সিং
""হে নতুন, দেখা দিক আৰবাৰ, জন্মেৰো প্রথম শুভক্ষণ"-(হে নতুন পুৰুষ, এবাৰ পুনৰ সন্মুখলৈ আহা, ঠিক সেইদৰে যিদৰে জন্মৰ সময়ত সেই প্ৰথম শুভক্ষণ আহিছিল।)
গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ এই কথাখিনি কেৱল এটা কবিতাৰ অংশ নহয়, বৰঞ্চ সময়ে সময়ে স্বতঃস্ফূৰ্ত আৰু নবীন হোৱা প্ৰতিনিয়ত নিজকে নৱীকৰণ কৰা বংগৰ আত্মাৰ আহ্বান। পৰম্পৰাগতভাৱে গুৰুদেৱৰ…
Read More...