কাজিৰঙাত ২০২৫-২৬ পৰ্যটন বৰ্ষত পৰ্যটক বৃদ্ধি ৪,৬৮,১৪৭জনলৈ
ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এক ভাল খবৰ। পৰ্যটকৰ আগমনে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ২০২৫-২৬ পৰ্যটন বৰ্ষত বৃ্দ্ধি পালে ৬১৫৪৩গৰাকী পৰ্যটক। যি এক নতুন অভিলেখ।
দেশ-বিদেশৰ পৰ্যটকৰ মাজত এতিয়া চৰ্চা কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল ভ্ৰমণৰ কথা। জীৱনত এবাৰ বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাসস্থান বিশ্ব…
Read More...