সমালোচকক উত্তৰ দিয়াৰ কোনো প্রয়োজন নাই, ভেপিং কাণ্ডক লৈ মুখ খুলিলে ৰিয়ান পৰাগে
ডিজিটেল ডেস্ক, ৩ মে’ : পঞ্জাব কিংছৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত অনুষ্ঠিত মেচত সংঘটিত ভেপিং কাণ্ডক লৈ প্রথমবাৰৰ বাবে মুখ খুলিলে ৰাজস্থান ৰয়েলছৰ অধিনায়ক, অসম সন্তান ৰিয়ান পৰাগে৷ শুকুৰবাৰে জয়পুৰত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচখনত ৯০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে ৰিয়ান পৰাগে৷
শেহতীয়াকৈ ক্রিকেট বিশ্বত চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে অসম তনয় ৰিয়ান পৰাগ৷ বিশেষকৈ…
Read More...