নিৰ্বাচনৰ ফলাফল : ধুবুৰীৰ শিবিৰে শিবিৰে আৰম্ভ গুণাগঁথা
অহা ৪ মে'ৰ ভোট গণনাৰ দিন চমু চাপি অহাৰ লগে লগে ধুবুৰীৰ ৰাজনৈতিক শিবিৰে শিবিৰে আৰম্ভ হৈছে সম্ভাব্য বিজয়ীক লৈ তুমুল গুণা-গঁথা। চৰ্চানুসৰি, ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিৰ ধুবুৰী আৰু গোলকগঞ্জত বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত মূল নিৰ্বাচনী যুঁজ হোৱাৰ সম্ভাবনা থকাৰ বিপৰীতে গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু এআইইউডিএফৰ দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা…
Read More...