এমাহ পূর্বে অৱসৰ লোৱা ছৰফৰাজক পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব
ডিজিটেল ডেস্ক, ১৯ এপ্রিল : অবিৰত বিফলতা৷ টি–২০ বিশ্বকাপত ব্যর্থতা৷ টেষ্টৰ লগতে এদিনীয়া খেলতো ফলাফল বৰ ভাল নহয়৷ যাৰ বাবে পাকিস্তান ক্রিকেটত হ’বলগীয়া আমূল পৰিৱর্তনৰ আভাস ইতিমধ্যে দেখা গৈছিল৷ সেয়ে দলটোৰ দুৰৱস্থাক লৈ চিন্তিত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নতুন প্ৰশিক্ষক নিযুক্তি দিছে। উল্লেখযোগ্য যে পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে…
Read More...