পশ্চিমবংগৰ নিৰ্বাচনত ১৯ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে হত্যাৰ গোচৰ
পশ্চিম বংগত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পূৰ্বে সকলো ৰাজনৈতিক দলে প্ৰচাৰ তীব্ৰ কৰি তুলিছে। ২৩ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব। এই সময়ছোৱাত Association for Democratic Reforms (ADR)-ৰ এখন চমকপ্ৰদ প্ৰতিবেদন পোহৰলৈ আহিছে।
প্ৰতিবেদন অনুসৰি, প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰায় প্ৰতি ৪জন প্ৰাৰ্থীৰ ভিতৰত ১জনৰ বিৰুদ্ধে…
Read More...