ডেম্বেলেৰ হেটট্ৰিকেৰে নৰৱেক ৪-১ গ’লত হৰুৱালে ফ্ৰান্সে
ফিফা বিশ্বকাপ ২০২৬ত ফ্ৰান্সে দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। গ্ৰুপ ‘I’ৰ অন্তিম মেচত নৰৱেক ৪-১ গ'লত পৰাস্ত কৰি তিনিওখন মেচত জয় লাভেৰে গ্ৰুপ চেম্পিয়ন হিচাপে ৰাউণ্ড অৱ ৩২ত প্ৰৱেশ কৰিছে ডিডিয়ে ডেছৰ দলটোৱে।
মেচখনক কিলিয়ান এমবাপে আৰু আৰ্লিং হালাণ্ডৰ মুখামুখি সংঘৰ্ষ হিচাপে প্ৰচাৰ কৰা হৈছিল। কিন্তু সকলো আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে ফ্ৰান্সৰ তাৰকা উইংগাৰ…
Read More...