নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ১৮ মে’ : জানক দিনটোৰ ৰাশিফল

আজি ১৮ মে’, জেঠ মাহৰ ৪ তাৰিখ শনিবাৰঃ তিথি– শুক্লা দশমী, নক্ষত্রঃ উত্তৰ ফাল্গুনী, যাত্রাঃ শুভ মেষঃ কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোঁতে সতর্ক হোৱা উচিত৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া, শুভ…

নিৰ্বাচনী কামত গাফিলতিৰ অভিযোগত পশ্চিম নলবাৰীৰ SDCক নিলম্বন

বিশেষ বাৰ্তা, ১৭ মে' : নিৰ্বাচনী কামত গাফিলতি কৰাৰ অভিযোগত পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মা (এ আৰ এল এছ)ক অৱশেষত চাকৰিৰ পৰা নিলম্বন কৰে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে। জানিব পৰা মতে, অসমৰ মুখ্য নিৰ্বাচন আয়োগৰ এক নিৰ্দ্দেশ(চিঠি…

অসমলৈ সম্প্ৰসাৰিত ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মে' : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে খেলৰ লগতে সমান্তৰালকৈ সামাজিক বিকাশৰ দিশতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ জনমুখী কাৰ্যসূচী ‘ঔৰত হায় তো ভাৰত…

এছটেকৰ উদ্যোগত দেৰগাঁৱৰ তিনি শিক্ষাৰ্থী ইছৰোলৈ ৰাওনা

নিয়মীয়া বাৰ্তা, ১৭ মে' : মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৯৮গৰাকী নিৰ্বাচিত শিক্ষাৰ্থীক কৰ্ণাটকৰ বেংগালুৰৰ অতি উচ্চস্তৰীয় বৈজ্ঞানিক প্ৰতিষ্ঠান তথা গৱেষণাগাৰ দৰ্শনৰ সুবিধা আগবঢ়াইছে ৰাজ্য চৰকাৰে। অসমৰ স্কুলীয়া…

অভিভাৱকে ক্ষোভৰ পৰিৱৰ্তে মৰম-দয়াৰে সন্তানক শিক্ষা দিয়ক : ফাগুনী বেহনজী

🔴শুৱালকুছি কে আৰ কে হাইস্কুলত অভিভাৱক সভা-শিক্ষাৰ্থীক সম্বৰ্ধনা বিশেষ বাৰ্তা, ১৭ মে' : যুগৰ পৰিবৰ্তন হল ৷ চেকেনিৰ আগত বিদ্যা নাইকিয়া হল ৷ নিজৰ লৰা ছোৱালীক ক্ষোভৰ পৰিৱৰ্তে দয়া আৰু মৰমৰে শৈক্ষিক শিক্ষা দিলেহে প্ৰকৃত ফল পোৱাৰ সম্ভাৱনা থাকে৷…

ধুবুৰীত বৰলুইতত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ এছডিআৰএফৰ

নিয়মীয়া বাৰ্তা, ১৭ মে' : কালি ধুবুৰী চহৰৰ যোগমায়া পাৰঘাটৰ সমীপৰ বৰলুইতত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দশম শ্ৰেণীৰ ছাত্ৰ এগৰাকীৰ নিথৰ দেহ আজি নৈখনৰ পৰা উদ্ধাৰ কৰে এচডিআৰএফে। স্মৰ্তব্য যে কালি ধুবুৰী চহৰৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ…

প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মে' : আঞ্চলিক ৰাজনীতিৰ অন্যতম মহীৰুহ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক নেতা, দলৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অসম গণ পৰিষদ দলে গভীৰ শোক প্ৰকাশ কৰিছে। আজি পুৱা ৭ বজাত…

নাজিৰাৰ গেলেকী মোডী নগৰ চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

নিয়মীয়া বাৰ্তা, ১৭ মে' : নাজিৰাৰ গেলেকী মোডী নগৰ চাহ বাগিচাৰ ১৩ নম্বৰ লাইনত আজি পুৱা পিঞ্জৰাৱদ্ধ হ'ল এটা নাহৰফুটুকী বাঘ। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত বাঘে সন্ত্ৰাস চলাই আহিছিল। কিছুদিন পূৰ্বে চাহ বাগিচাখনত চাহপাত তুলি থকা অৱস্থাত দুগৰাকী…

শিলচৰত হেৰ’ইন-গাঞ্জাসহ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৭ মে' : শিলচৰ আৰক্ষীয়ে শিলচৰ ৰেলৱে ষ্টেচন আৰু ৰামনগৰ আই এছ বি টিৰ পৰা পৃথকে পৃথকে অভিযান চলাই ৩টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰ পি এফে ৰেল ষ্টেচনত হেৰ’ইনসহ ২টা সৰবৰাহকাৰীক…

তিতাবৰৰ চৰাইপানী চাহ বাগিচাত ঈগলুসদৃশ গৃহত বাস কৰে শ্ৰমিক পৰিয়ালে

নিয়মীয়া বাৰ্তা, ১৭ মে' : এটা ঈগলু সদৃশ গৃহ। তিতাবৰৰ চৰাইপানী চাহ বাগিচা লাইনত ঈগলু সদৃশ এনে গৃহত আজিও বাস কৰে একাংশ শ্ৰমিক পৰিয়ালে। ব্ৰিটিছৰ দিনতে নিৰ্মিত এই গৃহবোৰে বৰ্তমান বহু লোকক ওচৰৰ পৰা এবাৰ চাবলৈ আকৰ্ষিত কৰি আহিছে। উল্লেখ্য যে…