নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

অসম আৰক্ষী

সাৱধানঃ ছ’চিয়েল মিডিয়া যোগে উৰা বাতৰি প্ৰচাৰ কৰা সকলক অসম আৰক্ষীৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ক'ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ হৈ আহিছে । এই ভুৱা বাতৰিসমূহক লৈ আৰক্ষী-প্ৰশাসনে বাৰম্বাৰ সকীয়নি দি আহিছে যদিও বৰ্তমানো একাংশ…

জনতা কাৰ্ফিউলৈ পূৰ্ণ সমৰ্থনঃ ৰাজ্যত আজি নচলে বাছ, বিমানো বাতিল

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ সন্ত্ৰাস সৃষ্টি কৰা ভয়ংকৰ ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে যুদ্ধকালীন তৎপৰতা । আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান কৰা জনতা কাৰ্ফউলৈ সঁহাৰি জনাইছে ৰাজ্যৰ প্ৰতিটো স্তৰৰ…

দিছপুৰৰ পৰামৰ্শত পিএমঅ’য়ে বাতিল কৰিলে মোদীৰ গুৱাহাটী ভ্ৰমণ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে ‘খেলো ইণ্ডিয়া’ ৰ উদ্বোধনী অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী ভ্ৰমণ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷…

আন্দোলনৰ নামত হিংসাঃ আৰক্ষীয়ে প্রস্তুত কৰিছে দুষ্কৃতিকাৰীৰ এখন দীঘলীয়া তালিকা

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদী আন্দোলনত হিংসাত্মক কার্যত লিপ্তসকলক চিনাক্ত কৰাৰ বাবে তদন্ত চলাই আছে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (এছ আই টি)–এ৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ মহাপৰিদর্শক…

প্ৰতিবাদৰ নামত হিংসাঃ উৰাবাতৰি বিয়পোৱা উৎসৰ তদন্তত নামিছে আৰক্ষী

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ 'কা' বিৰোধী আন্দোলনে সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে প্ৰতিবাদৰ নামত একাংশ দুষ্কৃতিকাৰীয়ে চলোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে গৃহ বিভাগ আৰু অসম আৰক্ষীয়ে ৷ কাৰ প্রৰোচনাত আৰু কেনেধৰণৰ উৰাবাতৰিৰ ফলত যোৱা…

অসম আৰক্ষীত ব্যাপক সালসলনি, কেইবাখনো জিলাত নতুন এছ পি

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ৰাজ্যৰ শেহতীয়া আইন–শৃংখলা পৰিস্থিতিৰ মাজতে অসম আৰক্ষীত পুনৰ ব্যাপক সালসলনি ঘটোৱা হৈছে ৷ এই সালসলনি ক্রমে কেইবাখনো জিলাত নিয়োজিত কৰা হৈছে নতুন আৰক্ষী অধীক্ষক ৷ নির্দেশ অনুসৰি পাণ্ডুস্থিত ৰে’লৱে আৰক্ষীৰ অধীক্ষক…