খবৰ দিয়ক আৰু ৫ লাখ টকাৰ পুৰস্কাৰ লওক!
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ বিশেষ ঘোষণা। আজি টুইটযোগে সঞ্চালক প্ৰধানগৰাকীয়ে ঘোষণা কৰে যে গঁড়ৰ খৰ্গ উদ্ধাৰ হ'ব পৰাকৈ কোনো লোকে তথ্য অসম আৰক্ষীক প্ৰদান কৰিলে নগদ ৫ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিব।…