২৩ আৰু ২৪ নৱেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত কৰা হ’ব লাচিত দিৱসঃ মুখ্যমন্ত্ৰী
মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখা কাৰ্যসূচীত জনসাধাৰণক জড়িত কৰিবলৈ ৱেব প’ৰ্টেল আৰু ম’বাইল এপ উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে
নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত…