বেংগালুৰুত অট্টালিকাৰ পৰা পৰি বৰটিকাৰ যুৱকৰ কৰুণ মৃত্যু
নিয়মীয়া বার্তা, মহুৰামুখ, ৮ মে' : দৰিদ্ৰতাক নেওচি পৰিয়ালক দুবেলা দুসাঁজ অন্ন যোগান ধৰাৰ সপোন লৈ বহিঃৰাজ্যলৈ ঢাপলি মেলা এজন অসমীয়া যুৱকৰ কৰুণ মৃত্যুৱে সমগ্ৰ বোকাখাত অঞ্চলত শোকৰ ছাঁ পেলাইছে। বোকাখাত সমজিলাৰ বৰটিকা ৬নং ৱাৰ্ডৰ নিৱাসী পুলি…