বকোৰ তৃষ্ণা ৰাভালৈ এন চি চিৰ সৰ্বোচ্চ মহিলা এ এন অ’ অসম সন্মান
ডিজিটেল ডেস্ক, বকো, ৮ মে' : সৰ্বভাৰতীয় এন চি চিৰ দ্বাৰা পৰিচালিত উত্তৰ পূৰ্বাঞ্চল এন চি চি সঞ্চালকালয়ৰ উদ্যোগত উন্নত মানৰ সেৱা প্ৰদৰ্শন কৰা কেডেটক বাৰ্ষিক বঁটাৰে পুৰস্কৃত কৰি সন্মান প্ৰদান কৰা হয়। এই ক্ষেত্ৰত ২০২৫-২৬ বৰ্ষত অসমৰ হৈ উন্নত…