অসমত ছুনামি সৃষ্টিৰে চৰকাৰ গঠনৰ দিশে বিজেপি !
ডিজিটেল ডেস্ক, ৪ এপ্ৰিল : অসমত বিজেপি নেতৃত্বাধীন এন ডি এই বৃহৎ বিজয়ৰ দিশে অগ্ৰসৰ হৈছে। অসমত ছুনামি সৃষ্টিৰে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন এন ডি এই পুনৰ ক্ষমতা দখল কৰাটো নিশ্চিত হৈ পৰিছে । শেহতীয়া তথ্য অনুসৰি, ১২৬জনীয়া অসম বিধানসভাৰ…