নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সম্পাদকীয় : কংগ্রেছৰ মহাপাপ

গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলসমূহৰ সাংগঠনিক ভেটি আৰু জনসমর্থন নিৰূপণ কৰে নির্বাচনসমূহে৷ ৰাজনৈতিক দল এটা যিমানেই শক্তিশালী নহওক কিয়, মাথোঁ দলীয় নেতা–কর্মীৰ জৰিয়তে নির্বাচনত সাফল্য লাভ কৰিব নোৱাৰে৷ সর্বসাধাৰণ ৰাইজৰ আস্থা আৰু…

৩১ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ মার্চ, চ’ত মাহৰ ১৬ তাৰিখ মঙলবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : মধ্যম মেষ : আজি সম্পত্তিৰ ক্ষেত্রত বাধা৷ ব্যৱসায়ত উন্নতি৷ মনৰ আশা পূৰণ হ’ব৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭। বৃষ : আজি বিদ্যাত যত্ন…

ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিৰ্বাচনী কামত নিয়োজিত কৰ্মচাৰীৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, গৌৰীপুৰ, ৩০ মাৰ্চ : ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগ অঞ্চলৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিৰ্বাচনৰ কামত নিয়োজিত হৈ থকা এগৰাকী চৰকাৰী কৰ্মচাৰী নিহত হোৱা ঘটনাই ধুবুৰী জিলাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি…

বৰক্ষেত্ৰীত শতাধিকৰ কংগ্ৰেছ এৰি বিজেপিত যোগদান

বিশেষ বাৰ্তা, নলবাৰী, ৩০ মাৰ্চ : নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত দল বাগৰা ৰাজনীতিয়ে নিৰ্বাচনী প্ৰেক্ষাপট আকৰ্ষণীয় কৰি তুলিছে।সমষ্টিটোত বিজেপিৰ লগতে কংগ্ৰেছতো ধাৰাবাহিকভাৱে যোগদানৰ কাৰ্যসূচীয়ে…

নতুন দিল্লীত ছাত্ৰ-ছাত্ৰীয়ে মঞ্চস্থ কৰিলে অংকীয়া নাট ‘পাৰিজাত হৰণ’

বিশেষ বাৰ্তা, মাজুলী, ৩০ মাৰ্চ : মাজুলীবাসী তথা সমগ্ৰ অসমবাসীৰ বাবে এক অতি গৌৰৱৰ আৰু আনন্দৰ খবৰ । যি খবৰে আপোনাকো আনন্দিত কৰিব ।  ২৯ মাৰ্চত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মঞ্চত প্ৰদৰ্শিত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি…

মাজুলীত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী ড° শৰ্মা

নিয়মীয়া বাৰ্তা, মাজুলী, ৩০ মাৰ্চ : অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ১২৬টা সমষ্টিতে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত উঠিছে । ভোটাৰৰ মন জয় কৰিবলৈ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে দিনে-নিশাই চলাইছে নিৰ্বাচনী কুচকাৱাজ। ইয়াৰ মাজতে প্ৰতিকূল বতৰকো নেওচি…

বাংলাদেশত আইপিএলৰ সম্প্রচাৰ নিষিদ্ধ, মন্ত্রীৰ সেউজ সংকেতৰ পিছতো ওলোটা খৰ চুবুৰীয়া দেশৰ

ডিজিটেল ডেস্ক, ৩০ মার্চ : আইপিএলক লৈ ওলোটা খৰ মাৰিছে চুবুৰীয়া দেশ বাংলাদেশে৷ দেশখনৰ তথ্যমন্ত্রী জহিৰুদ্দিনে আইপিএলৰ সকলো মেচ সম্প্রচাৰ কৰাত কোনো বাধা আৰোপ কৰা হোৱা নাই বুলি ঘোষণা কৰাৰ ২৪ ঘণ্টা নৌহওঁতেই তথ্য সম্প্রচাৰ মন্ত্রালয়ে পূর্বৰ এক…

মাৰ্ঘেৰিটাৰ ১,৭৬,৩০১ ভোটাৰে কাৰ মূৰত পিন্ধাব বিজয় তিলক ?…

নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ৩০ মাৰ্চ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে উজনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি ৮৩নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো বৰ্তমান নিৰ্বাচনী পাৰা ক্ৰমান্বয়ে ঊৰ্ধ্বমুখী হৈছে। বসন্তৰ আগমনৰ প্ৰাকমুহূৰ্তত সমষ্টিটোত এতিয়া ৰাজনৈতিক…

গহপুৰ কংগ্ৰেছৰ দুই মহিলা নেত্ৰীৰ বিজেপিত যোগদান

বিশেষ বাৰ্তা, গহপুৰ, ৩০ মাৰ্চ : নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন থকা অৱস্থাত গহপুৰ কংগ্ৰেছৰ দুগৰাকী মহিলা নেত্ৰীয়ে কালি সন্ধিয়া বিজেপি দলত যোগদান কৰে। গহপুৰ বিধানসভাৰ দুবাৰৰ বিধায়ক তথা আসন্ন বিধানসভা নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী উৎপল…

ৰাজস্থান ৰয়েলছৰ বিক্রীয়ে প্রভাৱ পেলাব অসম ক্রিকেটত…

ডিজিটেল ডেস্ক, ৩০ মার্চ : ‘অসম ক্রিকেট সন্থাৰ তত্ত্বাৱধানত চলিত বর্ষৰ শেষৰফালে আৰু অহা বছৰৰ আৰম্ভণিতে ক্রমে টি–২০ আৰু টেষ্ট মেচ অনুষ্ঠিত হোৱাৰ খবৰে অনুৰাগীক উৎফুল্লিত কৰি তুলিছে৷ তদুপৰি, বর্ষাপাৰাত আয়োজন কৰা হৈছে ৩খনকৈ আইপিএলৰ মেচ৷ ইয়াৰ…