নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অসমত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ হ’ব

নিৰ্বাচনলৈ মাজত মাথো সাতটা দিন বাকী থকা অৱস্থাত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিত বিজেপি তথা এন ডি এৰ প্ৰাৰ্থী ৰূপক শৰ্মাই অব্যাহত ৰাখিছে যুদ্ধকালীন তৎপৰতা। সমষ্টিটোৰ প্ৰতিটো অঞ্চলত দুবাৰৰ বিধায়ক ৰূপক শৰ্মাই বিগত দিন কেইটাত অব্যাহত ৰাখিছে…

গহপুৰৰ তিনি প্ৰাক্তন ছাত্র নেতাৰ বিজেপিত যোগদান

গহপুৰ সমষ্টিৰ তিনিগৰাকী প্ৰাক্তন ছাত্র নেতাই আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে। জানিব পৰা মতে- ছয়দুৱাৰ আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱজ্যোতি ৰাজখোৱা, বিশ্বনাথ জিলা ছাত্র সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক প্ৰহ্লাদ শইকীয়া আৰু…

এপ্ৰিল মাহৰ বেংক বন্ধৰ বিষয়ে সবিশেষ জানি লওক

আজিৰ পৰা নতুন আৰ্থিক বৰ্ষ আৰু এপ্ৰিল মাহৰ আৰম্ভণি হৈছে। এই মাহত বেংকৰ বন্ধৰ সংখ্যা যথেষ্ট বেছি। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এই মাহৰ বেংক ছুটীৰ তালিকা নিজৰ চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিছে। এই তালিকাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুয়ো ধৰণৰ ছুটী…

গাখীৰৰ দাম বৃদ্ধি, বিক্ৰেতাৰ সিদ্ধান্তত উদ্বিগ্ন জনতা

গ্ৰীষ্মকালীন বতৰতে পশু খাদ্যৰ মূল্য বৃদ্ধি পোৱাৰ ফলত মধ্যপ্ৰদেশৰ বিভিন্ন স্থানত গাখীৰৰ বিক্ৰেতাসকলে বুধবাৰ (১ এপ্ৰিল)ৰ পৰা গাখীৰৰ খুচৰা মূল্য প্ৰতিলিটাৰত ২ৰ পৰা ৪ টকা পৰ্যন্ত বৃদ্ধি কৰিছে। এই তথ্য জনায় Madhya Pradesh Milk Vendors…

বিৰোধীৰ কোনো ঐক্য নাই- বোকাখাতত অতুল বৰাৰ তীব্ৰ মন্তব্য

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বোকাখাত সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে এনডিএ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাই। সমষ্টিটোৰ প্ৰায় ১০খন গাঁও পঞ্চায়তত প্ৰচাৰ অভিযান চলাই তেওঁ বিৰোধীৰ ওপৰত তীব্ৰ সমালোচনা কৰে। অতুল বৰাই কয়,…

বিধানসভা নিৰ্বাচনত ৯০ৰো অধিক আসন লাভ কৰিব NDA-ই

অসমত নিৰ্বাচন খেলাৰ পূৰ্বে ঝাৰখণ্ড মুক্তি মৰ্চাই নিজৰ নামটো সলনি কৰি অসম মুক্তি মৰ্চা কৰক - এই আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি টংলাত এন ডি এৰ সমৰ্থিত বিজেপি প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ সমৰ্থনত টংলা উচ্চতৰ মাধ্যমিক…

ডিব্ৰুগড়ত চাহ বাগিচা পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচা পৰিদৰ্শন কৰি চাহ শ্ৰমিকসকলৰ সৈতে সময় কটায়। পৰিদৰ্শনৰ সময়ত তেওঁ মহিলা চাহ শ্ৰমিকসকলৰ সৈতে একেলগে চাহপাত তুলি আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে। লগতে শ্ৰমিকসকলৰ সৈতে ছেলফি তুলি এই…

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ প্ৰভাৱত আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ ফলত দেশত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্যত ডাঙৰ বৃদ্ধি দেখা গৈছে। চৰকাৰী তেল কোম্পানীসমূহে বুধবাৰৰ পৰা ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১৯৫.৫০…

ক্ৰিমিয়াত ৰাছিয়াৰ এন-২৬ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত : ২৯জনৰ মৃত্যু

ক্ৰিমিয়ান উপদ্বীপত ৰাছিয়াৰ এখন Antonov An-26 সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ভয়ংকৰ বিপৰ্যয় সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ সময়ত বিমানখনত মুঠ ২৯গৰাকী লোক আছিল আৰু সকলোৰে মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ৰাছিয়াৰ সংবাদ সংস্থাৰ তথ্য অনুসৰি,…

অসম বিধানসভা নির্বাচনত অৱতীর্ণ ৭২২ প্রার্থীৰ ৩৯% কোটিপতি

অসম বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৭২২গৰাকী প্রার্থীৰ প্রতি দহগৰাকীৰ ভিতৰত ৪গৰাকীয়েই কোটিপতি প্রার্থী৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ, চমুকৈ এডিআৰে প্রকাশ কৰা তথ্য অনুসৰি নির্বাচনী যুদ্ধত অৱতীর্ণ ৭২২গৰাকী প্রার্থীৰ ভিতৰত শতকৰা ৩৯…