গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, স্বামী–স্ত্ৰী আহত
গুৱাহাটী মহানগৰীৰ চিৰিয়াখানাৰ সমীপত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ৰয়েল এনফিল্ড বাহনত অহা স্বামী–স্ত্ৰী দুয়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আহত দুয়োকে ততাতৈকীয়াকৈ KGMT হাস্পতালত ভৰ্তি কৰা হয়, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে।…