নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অৱশেষত ইৰানে খুলি দিলে হৰমুজ প্রণালী

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : বৃহস্পতিবাৰে ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনৰ যুদ্ধবিৰতি ঘোষণা কৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ তাৰ পিছতেই শুকুৰবাৰে সকলো বাণিজ্যিক জাহাজৰ বাবে হৰমুজ প্রণালী খুলি দিলে ইৰানে৷ ইফালে, মার্কিন ৰাষ্ট্রপতি…

দ্বৈত নাগৰিকত্ব : ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰাৰ নির্দেশ এলাহাবাদ হাইক’ৰ্টৰ

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : কেৱল ভাৰততে নহয়, ব্রিটেইনৰো নাগৰিক বুলি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে উঠা অভিযোগৰ গোচৰ খাৰিজ হৈছিল নিম্ন আদালতত৷ কিন্তু শুকুৰবাৰে এলাহাবাদ হাইক’র্টে উত্তৰ প্রদেশ চৰকাৰক এই বিষয়ে তদন্তৰ নির্দেশ দিয়ে৷…

দুলীয়াজানত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, ছাত্ৰৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ১৮ এপ্ৰিল : দুলীয়াজানত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুলীয়াজানৰ ৰজাআলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। জানিব পৰা মতে, তিনিজন ছাত্ৰই AS-06S-3103 নম্বৰৰ মটৰ চাইকেলত কম্পিউটাৰ ক্লাছৰ কৰি ওভতাৰ পথত AS-23…

পঞ্চম পৰাজয় কলকাতা নাইট ৰাইডার্ছৰ, গুজৰাটৰ অধিনায়ক গিলৰ ৮৬ ৰান

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : চলিত আইপিএলত জয়ৰ মুখ দেখা নাই কলকাতা নাইট ৰাইডার্ছে৷ প্রতিযোগিতাখনৰ শুকুৰবাৰে অনুষ্ঠিত মেচখনত কলকাতাই গুজৰাটৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷ কলকাতাই এতিয়ালৈকে ৬খন মেচ খেলি ৫খনত পৰাজয় স্বীকাৰ কৰিছে৷ বৰষুণৰ বাবে এখন মেচ…

সম্পাদকীয় : বিহুৰ বান্ধোন

বিহু অসমীয়াৰ কেৱল জাতীয় উৎসৱেই নহয়, বিহু কেৱল অসমীয়াৰ সংস্কৃতিয়েই নহয়, বিহু অসমীয়াৰ আয়ুস ৰেখা৷ প্রায় পাঁচ দশক পূর্বে সুধাকণ্ঠই কৈ গৈছে বিহু মাথোঁ এটি ঋতু নহয়, বিহু অসমীয়াৰ আয়ুস ৰেখা৷ অসমীয়া জাতিৰ অতি চেনেহৰ, অতি হেঁপাহৰ, অতিকৈ আদৰৰ…

১৮ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ এপ্রিল, ব’হাগ মাহৰ ৪ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই মেষ : আজি ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য সম্পর্কে সাৱধান হ’ব৷ বিয়া–বাৰুৰ কথাত আগনবঢ়াই ভাল৷ বিদ্যাত বাধা৷ শুভ ৰং হালধীয়া, শুভ…

অসমৰ প্রাক্তন শিক্ষামন্ত্রী যতীন মালীৰ দেহাৱসান

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল : অসমৰ প্রাক্তন শিক্ষামন্ত্রী যতীন মালীৰ দেহাৱসান ঘটে। হৃদৰোগত আক্রান্ত হৈ শুকুৰবাৰে দুপৰীয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ । জ্যেষ্ঠ ৰাজনীতিবিদ…

দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক সাক্ষাৎ অগপৰ জ্যেষ্ঠ নেতাৰ

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল : শুকুৰবাৰে নতুন দিল্লীত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ছোৱাত অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদদ্বয়…

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী…

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল : দীৰ্ঘদিন ধৰি দুই ধনকুবেৰৰ মাজত চলি অহা প্ৰতিযোগিতাত এইবাৰ আগবাঢ়িল আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী। এইবাৰ আদানীয়ে মুকেশ আম্বানীক পিছ পেলাই শীৰ্ষস্থান অধিকাৰ কৰিলে। মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ…

ইলোৰা বিজ্ঞান মঞ্চলৈ কালুগাঁৱৰ দম্পতীৰ মৰণোত্তৰ দেহদান

ডিজিটেল ডেস্ক, কালুগাঁও, ১৭ এপ্ৰিল :  শিৱসাগৰ জিলাৰ বৰপাত্ৰদ'ল নিৱাসী সৌৰভ নেওগ আৰু তেওঁৰ সহধৰ্মিণী মৌচুমী দত্ত নেওগে অসমীয়া নতুন বছৰৰ প্ৰথম দিনটোতে ইলোৰা বিজ্ঞান মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ কল্যাণৰ অৰ্থে মৰণোত্তৰ…