নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

২০১৬ আৰু ২০২১ৰ দৰে ফলাফল পুনৰাবৃত্তিৰ দাবী অগপৰ

ৰাজ্যৰ আগন্তুক নিৰ্বাচনত ২০১৬ আৰু ২০২১ চনৰ দৰে ফলাফল পুনৰাবৃত্তি হ’ব বুলি দাবী আগবঢ়ালে অগপ সভাপতি অতুল বৰাই। নতুন দিল্লীত জেপি নাড্ডাক সাক্ষাৎ কৰাৰ পিছত সংবাদমেলত তেওঁ কয় যে NDA মিত্ৰজোঁটৰ পক্ষত ৰাজ্যত এখন প্ৰচণ্ড বতাহ সৃষ্টি হৈছে। এই…

নিষিদ্ধ ড্ৰাগছৰ কবলত পূব গোৱালপাৰাৰ বিভিন্ন অঞ্চল, উদ্বিগ্ন সচেতন মহল

নিয়মীয়া বাৰ্তা, টিপলাই, ১৮ এপ্ৰিল : নিষিদ্ধ ড্ৰাগছৰ কবলত পৰি একাংশ যুৱক-যুৱতী পংকিল জীৱন যাপন কৰিব লগা হোৱাত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ। নিষিদ্ধ ড্ৰাগছ সেৱন কৰি নিজৰ লগতে পৰিৱেশো বিনষ্ট কৰা পৰিলক্ষিত হৈছে। ড্ৰাগছৰ প্ৰচলন প্ৰতিৰোধ কৰাৰ বাবে…

লালুকত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী, জে’ললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, লালুক, ১৮ এপ্ৰিল : লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ দৰে মাৰাত্মক ৰাগিয়াল দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে একাংশ অসাধু লোকে৷ এনে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই গৈছে আৰু বহু ড্ৰাগছ…

মানকাচৰত আৰক্ষীৰ অভিযানত ৯ জুৱাৰী আটক

ডিজিটেল ডেস্ক, মানকাচৰ, ১৮ এপ্ৰিল : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে এক সফল অভিযান চলাই শুকুৰবাৰে ৯জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। জিলাখনৰ বিভিন্ন প্ৰান্তত চলোৱা এই অভিযানে জুৱাৰী চক্ৰৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি…

মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : প্রাণৰ শিল্পী জুবিন গার্গৰ গীত বিহু মঞ্চত বিকৃত ৰূপত উপস্থাপন কৰাক লৈ অৱশেষত শনিবাৰে (১৮ এপ্ৰিল) দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে সদৌ অসম জুবিন গাৰ্গ অনুৰাগী মঞ্চই। উল্লেখ্য যে প্রাণৰ শিল্পী জুবিন গাৰ্গবিহীন…

কাজিৰঙাতো বাতিল বংগৰ গায়িকা মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : প্রাণৰ শিল্পী জুবিন গার্গবিহীন ব’হাগক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে শোকত বিহ্বল হোৱাৰ সময়তে শিল্পীগৰাকীৰ সৃষ্টিৰাজিক বিহুৰ মঞ্চত বিকৃত ৰূপত উপস্থাপন কৰাৰ দুঃসাহস কৰিলে বংগৰ তথাকথিত গায়িকা মর্মিতা মিত্রই৷ উল্লেখ্য…

গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত ২০২৬ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ মুকুট

ডিজিটেল ডেস্ক, ১৮ এপ্ৰিল : গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল লতাশিলৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ। ৰাজ্যৰ অন্যতম ঐতিহ্যমণ্ডিত ৭৫ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে…

মাধ্যাকর্ষণক ভুল বুলি প্রমাণ কৰা কেচ, শ্রেয়াছ আয়াৰক প্রশংসা শচীন তেণ্ডুলকাৰৰ

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত এক অবিশ্বাস্য মুহূর্তৰ সাক্ষী হৈছিল ক্রিকেট বিশ্ব৷ শ্রেয়াছ আয়াৰে নিজৰ শৰীৰ দলিয়াই মাধ্যাকর্ষণ শক্তি ভুল বুলি প্রমাণ কৰিছিল৷ শ্রেয়াছৰ এই প্রচেষ্টাত ভাৰতৰ কিংবদন্তি ক্রিকেটাৰ শচীন…

ক্রমাগত পৰাজয়ক লৈ অস্থিৰ মুম্বাইৰ শিবিৰ

ডিজিটেল ডেস্ক, ১৮ এপ্রিল : আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ পৰাজয় অব্যাহত আছে৷ হার্দিক পাণ্ডিয়াৰ দলটোৱে একেৰাহে চাৰিখন মেচত জয়ী হ’ব পৰা নাই৷ দলৰ ভিতৰত তেওঁৰ নেতৃত্বক লৈয়ো অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ ফিল্ডিং এৰেঞ্জমেণ্টক লৈ হার্দিক আৰু বুমৰাহৰ মাজত…

নগাঁৱত ৰে’লৰ খুন্দাত এজন নিহত

🔹 নগাঁৱত ৰে'লৰ খুন্দাত এজন নিহত। 🔹 মৰিকলং ষ্টেচনৰ সমীপৰ ৰে'লৰ ট্ৰেকৰ ওচৰত উদ্ধাৰ মৃতদেহটো। 🔹 পুৱা গেটমেনে মৃতদেহটো দেখি ৰে'লৱে আৰক্ষীক খবৰ দিয়ে। 🔹 ৰে'লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। 🔹…