মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ বিশেষ অনুৰোধ…
ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল : প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো ব’হাগ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব’হাগ বিহু উপলক্ষে শিল্পীসকলে বেদনাভৰা মন লৈ সংগীতানুষ্ঠানসমূহ কৰি আছে। মঞ্চত শিল্পীসকলে অনুষ্ঠানৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি…