নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

CBSE-ৰ ফলাফলত নলবাৰীলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশীয়ে

নলবাৰীৰ কন্যা প্রিয়াংশী জালানে চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯.৬% নম্বৰ লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে। প্ৰিয়াংশীৰ পিতৃ পুনীত জালান আৰু প্ৰভা জালান। ৰঙিয়াৰ ফাতিমা কনভেন্ট চিনিয়ৰ চেকেন্দাৰী ইংলিছ মিডিয়াম স্কুলৰ ছাত্ৰী প্রিয়াংশীয়ে…

CBSE-ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত জিলিকিল বালিপৰাৰ চুহান

সদ্যঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বালিপৰাৰ মানশিৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে এজন মেধাৱী ছাত্ৰই। ছাত্ৰজন মানশিৰিৰ মক্কেশ আলী আৰু চাৰুৱাৰ জাহানৰ পুত্ৰ চুহান আলী। জানিব পৰা মতে বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয়ত…

লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্য আমিৰ হামজা গুলীবিদ্ধ

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল : লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্য তথা ভাৰতত সংঘটিত একাধিক সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী আমিৰ হামজাৰ ওপৰত অজ্ঞাত দুষ্কৃতিকাৰীয়ে চলায় আক্ৰমণ। লাহোৰৰ পথত সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ সন্মুখত হামজাৰ ওপৰত…

লোকসভাত তিনিখন বিধেয়ক উত্থাপন, কাইলৈ ভোট

বৃহস্পতিবাৰে লোকসভাত বিৰোধী দলৰ আপত্তিৰ মাজতে সংবিধান (১৩১তম সংশোধনী) বিধেয়ক-২০২৬, সীমা নিৰ্ধাৰণ বিধেয়ক-২০২৬ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক-২০২৬ উত্থাপন কৰা হয়। ধ্বনি ভোটৰ পৰিৱৰ্তে বিভাজন ভোটৰ দাবী জনোৱাৰ পিছতেই এই…

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ড০ হিমন্ত বিশ্ব শৰ্মা

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা কিছু মন্তব্যক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিমবংগত অনুষ্ঠিত এক নিৰ্বাচনী সভাত তেওঁ অবৈধ অনুপ্ৰৱেশৰ বিষয়ত কঠোৰ মন্তব্য আগবঢ়ায়। নির্বাচনী সভাত ভাষণ…

বাৰগৰাকী জ্যেষ্ঠ ব্যক্তিক ওলগেৰে মৰাণ শতদল শাখা সাহিত্য সভাৰ ‘নিজৰ দিন’ পালন

ডিজিটেল ডেস্ক, মৰাণ, ১৬ এপ্ৰিল : "সাম্প্ৰতিক যান্ত্ৰিক যুগত সন্মান, মৰম-চেনেহ নাইকিয়া হোৱাৰ দৰেই হৈছে। আনকি কনিষ্ঠই জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰিবলৈ পাহৰি যোৱাৰ দৰে জ্যেষ্ঠয়ো কনিষ্ঠক মৰম-চেনেহ কৰিবলৈ সময়ৰ অভাৱ হৈছে। এই ক্ষেত্ৰত অসমৰ…

মন্দিয়াৰ কপোহাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ডিজিটেল ডেস্ক, বাঘবৰ, ১৬ এপ্ৰিল : বৰপেটা জিলাৰ বৰপেটা সদৰ আৰক্ষী থানাৰ অধীনস্থ কপোহা চʼক বজাৰৰ পৰা বুধবাৰে সন্ধিয়া এটা ড্ৰাগছ সৰবৰাহকাৰী আটক হয়। উল্লেখ্য যে ৪নং ভাতকুছি গাঁও নিবাসী ছানোৱাৰ হুছেইন (৪২) নামৰ সৰবৰাহকাৰীজনে দীৰ্ঘদিন অঞ্চলটোত…

গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰিত উখল-মাখল পৰিৱেশ

অসমীয়াৰ প্ৰাণৰ স্পন্দন সূৰ্য কণ্ঠ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ বিহীন প্ৰথমটো ৰঙালী বিহুৰ পহিলা ব'হাগতেই সৰ্বস্তৰতে ধ্বনীত হ'ল "জাষ্টিচ ফ'ৰ জুবিন গাৰ্গ"। উজনিৰ পৰা নামনিলৈ প্ৰতিটো প্ৰান্তত প্ৰতিজন অসমীয়াই পালন কৰিছে হেপাঁহৰ ৰঙালী…

টেংকাৰৰ সৈতে তীৰ্থযাত্ৰী কঢ়িওৱা বাহনৰ মুখামুখি সংঘৰ্ষ, ৮জনৰ মৃত্যু

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল : অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুলত এখন টেংকাৰৰ সৈতে তীৰ্থযাত্ৰী কঢ়িওৱা বাহনৰ মুখামুখি সংঘৰ্ষত ৮জন লোকৰ মৃত্যু হৈছে। আন প্ৰায় ১২জন লোক আহত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ মাজৰ কেইবাজনৰো অৱস্থা সংকটজনক। বৃহস্পতিবাৰে পুৱাৰ…

ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ অসমৰ তিনি সাংসদৰ

ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সাংসদ হিচাপে আজি অসমৰ তিনিগৰাকী সাংসদে শপত গ্ৰহণ কৰে। আজি ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ কৰে যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়োৱে। এই তিনিগৰাকী সাংসদে ৰাজ্যসভাত অসমৰ প্ৰতিনিধিত্ব কৰি ৰাজ্যখনৰ জনসাধাৰণৰ সমস্যা…